মনোবিজ্ঞান আৰু শিক্ষা Part 7
- Get link
- X
- Other Apps
উত্তৰ: স্মৰণ স্তৰৰ লক্ষ্যণ।
৪০)স্মৰণ স্তৰৰ শিক্ষাৰ্থীয়ে মনত ৰাখে-
উত্তৰ: যান্ত্ৰিকভাৱে।
৪১)স্মৰণ স্তৰৰ শিক্ষণ শিকনত ব্যৱহাৰ কৰা শিক্ষণ পদ্ধতি সমূহ সম্পূৰ্ণ মনোবিজ্ঞান পৰিপন্থী আৰু-
উত্তৰ: শিক্ষক কেন্দ্ৰিক।
৪২)স্মৰণ স্তৰৰ শিশুৰ বাবে অনুষ্ঠিত কৰা হয়-
উত্তৰ: সাধাৰণ মৌখিক পৰীক্ষা।
৪৩)সৰু ল’ৰা-ছোৱালীৰ বাবে অধিক ফলপ্ৰসূ বিধৰ শিক্ষা হ’ল-
উত্তৰ: স্মৰণ স্তৰৰ শিক্ষা।
৪৪)স্মৰণ স্তৰৰ শিক্ষণ-শিকনৰ আসোঁৱাহ হ’ল-
উত্তৰ: ক)প্ৰজ্ঞানাত্মক দক্ষতাৰ বিকাশ নহয়
খ)বোধ আৰু প্ৰয়োগহীন
গ)আন্ত: ক্ৰিয়াহীন।
৪৫)বোধ স্তৰৰ শিক্ষণ-শিকন স্তৰৰ শিক্ষণ শিকনতকৈ-
উত্তৰ: উচ্চ স্তৰৰ।
৪৬)বোধ স্তৰৰ শিক্ষা ব্যৱস্থা হ’ল-
উত্তৰ: মনোবৈজ্ঞানিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত।
৪৭)বোধ স্তৰৰ শিক্ষা ব্যৱস্থাত প্ৰণোদন প্ৰকৃতি(Nature of Motivation) হয়-
উত্তৰ: বাহ্যিক।
৪৮)মননশীল স্তৰত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা হ’ল-
উত্তৰ: মুখ্য।
৪৯)মননশীল স্তৰৰ শিক্ষণ-শিকনত প্ৰণোদনৰ প্ৰকৃতি হ’ল-
উত্তৰ: আভ্যন্তৰীণ।
৫০)মননশীল স্তৰৰ শিক্ষণ-শিকনত ব্যৱহাৰ হোৱা পদ্ধতি প্ৰয়োগ কৌশল সমূহ-
উত্তৰ: শিক্ষাৰ্থী কেন্দ্ৰিক।
৫১)মননশীল স্তৰৰ শিক্ষণ-শিকনে সহায় কৰে-
উত্তৰ: মানসিক কাৰ্য্যদক্ষতা বৃদ্ধিত।
৫২)মননশীল স্তৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ দায়িত্ব-
উত্তৰ: বেছি।
৫৩)বোধ স্তৰৰ শিক্ষা ব্যৱস্থাত প্ৰকৃত বোধ আৰু শিকা কথাবোৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়োগ কৰিব পৰাকৈ গ্ৰহণ কৰা পদ্ধতি হ’ল-
উত্তৰ: ক)আৰোহী-অৱৰোহী পদ্ধতি
খ)বক্তৃতা প্ৰদৰ্শন পদ্ধতি
গ)বিশ্লেষক-সংশ্লেষক পদ্ধতি।
৫৪)বোধ স্তৰৰ মূল্যায়ণ পৰীক্ষাত অধিক গুৰুত্ব দিয়া হয়।
উত্তৰ: চমু প্ৰশ্নত।
৫৫)মননশীল স্তৰৰ শিক্ষণে-
উত্তৰ: মননশীল স্তৰৰ শিকনে।
৫৬)মননশীল স্তৰত শিক্ষকৰ ভূমিকা-
উত্তৰ: গৌণ।
৫৭)প্ৰসস্ত শিক্ষাদানৰ বাবে এজন শিক্ষকৰ গাত থাকিবলগীয়া গুণ হ’ল-
উত্তৰ: ক)এটা নিৰোগী স্বাস্থ্য
খ)বৌদ্ধিক যোগ্যতা
গ)নিৰপেক্ষতা।
৫৮)শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া শিক্ষাৰ্থীৰ বাবে হ’ব লাগে-
উত্তৰ: প্ৰয়োজন ভিত্তিক।
৫৯)যি জ্ঞান জীৱনত কোনো দিন ব্যৱহাৰ কৰিব নোৱাৰি তেনে জ্ঞান-
উত্তৰ: স্কুলত প্ৰদান কৰা অনুচিত।
৬০)শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াটো নিৰ্ভৰ কৰে শিক্ষাৰ্থীৰ-
উত্তৰ: বুদ্ধিৰ ওপৰত।
৬১)প্ৰচলিত শিক্ষা ব্যৱস্থাত নেতৃত্ব প্ৰদান কৰিব পৰা গুণ থকাটো নিতান্তই প্ৰয়োজনীয়-
উত্তৰ: শিক্ষকৰ।
৬২)অনভিজ্ঞ ছাত্ৰ-ছাত্ৰী সকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব পাৰে-
উত্তৰ: নিৰ্দেশনা আৰু পৰিচালনাই।
৬৩)শিক্ষা পৰিকল্পনা ৰচনা কৰাটো এটা প্ৰধান কাম-
উত্তৰ: শিক্ষকৰ।
৬৪)শৃংখলা ৰক্ষাৰ বাবে বিদ্যালয়ত কঠোৰ শাস্তি প্ৰদান কৰাটো-
উত্তৰ: অপ্ৰয়োজনীয়।
৬৫)অনগ্ৰসৰ শিশুৰ এটা প্ৰধান বৈশিষ্ট্ হ’ল-
উত্তৰ: বৌদ্ধিক নিম্নমান বিশিষ্টতা।
৬৬)উইলিয়াম কিলপেট্ৰিকে উদ্ভাৱণ কৰা সামাজিক পটভূমিত শিক্ষাদান আৰু শিক্ষাগ্ৰহণৰ পদ্ধতিটোৰ নাম হ’ল-
উত্তৰ: প্ৰজেক্ট বা প্ৰকল্প পদ্ধতি।
৬৭)প্ৰকল্প পদ্ধতি হ’ল-
উত্তৰ: ক)শিক্ষাৰ্থীয়ে নিজে কৰিবলগীয়া কাম
খ)সামাজিক পৰিৱেশত সম্পন্ন কৰিব পৰা কাম
গ)শিক্ষাৰ্থীয়ে নিজৰ ইচ্ছাত বাচি ল’ব পৰা কাম।
৬৮)এটা ভাল প্ৰকল্প থাকিবলগীয়া গুণাগুণ হ’ল-
উত্তৰ: ক)প্ৰয়োগিক জ্ঞান লাভৰ সুবিধা
খ)সময় সাপেক্ষ হোৱা
গ)বৰ সহজ বৰ জটিল নোহোৱা।
৬৯)শ্ৰেণী কক্ষত পাঠ সুচলকাৰী হিচাপে প্ৰধান ভূমিকা পালন কৰিব লাগে-
উত্তৰ: শিক্ষকে।
৭০) “এখন দেশৰ ভাগ্য শ্ৰেণীকোঠাতেই গঢ় লয়”- মতামতটো আছিল-
উত্তৰ: কোঠাৰী আয়োগৰ।
৭১)শিক্ষা গ্ৰহণৰ বৈশিষ্ট হ’ল-
উত্তৰ: ক)শিক্ষা গ্ৰহণ এবিধ বিকাশৰ প্ৰক্ৰিয়া
খ)শিক্ষা গ্ৰহণ এবিধ সমাযোজন প্ৰক্ৰিয়া
গ)শিক্ষা গ্ৰহণ অভিজ্ঞতা সংগঠনৰ প্ৰক্ৰিয়া।
৭২)এজন প্ৰাৰম্ভিক শিক্ষকৰ ক্ষেত্ৰত উদ্ভৱ হ’ব পৰা সমস্যাক ভাগ কৰিব পাৰি-
উত্তৰ: দুটা ভাগত।
৭৩)ব্ৰেইলী পদ্ধতিত শিক্ষা প্ৰদান কৰা হয়-
উত্তৰ: অন্ধ সকলক।
৭৪)অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰকৃত বয়সতকৈ মানসিক বয়স-
উত্তৰ: কম।
৭৫)অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকক্ষত প্ৰদান কৰা সঁহাৰি-
উত্তৰ: পুতৌজনক।
৭৬)এগৰাকী শিক্ষকৰ অনগ্ৰসৰ ছাত্ৰৰ ক্ষেত্ৰত প্ৰথম কাম হ’ল-
উত্তৰ: তেওঁলোকক চিনাক্ত কৰা।
৭৭)অনগ্ৰসৰ সকলৰ বাবে প্ৰস্তুত কৰা শিক্ষা ব্যৱস্থা হ’ব লাগে-
উত্তৰ: মনোবৈজ্ঞানিক বিধৰ।
৭৮)সৰ্বসাধাৰণৰ বাবে প্ৰস্তুত কৰা সাধাৰণ শিক্ষাই অনগ্ৰসৰ সকলক-
উত্তৰ: বিশেষ সহায় নকৰে।
৭৯)সম্পূৰ্ণ সাক্ষৰতা অভিযান আৰম্ভ কৰা হৈছিল-
উত্তৰ: ১৯৮৮ চনত।
৮০)সম্পূৰ্ণ সাক্ষৰতা অভিযান আঁচনিৰ মূল উদ্দেশ্য আছিল-
উত্তৰ: দেশৰ নিৰক্ষৰতা আঁতৰ কৰা।
৮১)সম্পূৰ্ণ সাক্ষৰতা অভিযান আঁচনিখন প্ৰৱৰ্ত্তন কৰিছিল-
উত্তৰ: ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনে।
৮২)আঁচনিখন প্ৰৱৰ্ত্তন হোৱাৰ কিমান বছৰৰ ভিতৰত সম্পূৰ্ণ সাক্ষৰতা প্ৰাপ্তি ইয়াৰ লক্ষ্য আছিল?
উত্তৰ: ২০০৫ চনৰ ভিতৰত।
৮৩)সম্পূৰ্ণ সাক্ষৰতা অভিযানে প্ৰ্থমতে সামৰি লৈছিল-
উত্তৰ: ৪৪২ খন জিলাক।
৮৪)সম্পূৰ্ণ সাক্ষৰতা অভিযান আছিল-
উত্তৰ: শিক্ষাৰ্থী কেন্দ্ৰিক।
৮৫)লোক কৃষ্টি, যাত্ৰা, বাটৰ নাট, ভজন, কীৰ্ত্তন আদি প্ৰয়োগ কৰিব পৰা যায়-
উত্তৰ: সম্পূৰ্ণ সাক্ষৰতা অভিযান।
৮৬)শিক্ষাদান প্ৰক্ৰিয়াৰ পৰ্যায়কেইটা হ’ল-
উত্তৰ: ক)পৰিকল্পনা পৰ্যায়
খ)কাৰ্যকৰী পৰ্যায়
গ)মূল্যায়ণ পৰ্যায়।
৮৭)শ্ৰেণীকোঠাত শিক্ষকে শিক্ষাদান কৰিবলৈ যোৱাৰ আগতে যিবোৰ পদক্ষেপ হাতত লয় সেইবোৰেই হ’ল-
উত্তৰ: পূৰ্বকাৰ্যকৰী বা পৰিকল্পনা পৰ্যায়।
৮৮)পাঠদানকাৰ্য শিক্ষাৰ্থীৰ বোধগম্য হোৱাকৈ শিক্ষকে বিষয়সূচী সজাই ল’ব লাগে-
উত্তৰ: পূৰ্বকাৰ্যকৰী পৰ্যায়ত।
৮৯)শ্ৰেণীকক্ষত প্ৰকৃত পাঠদানৰ পৰ্যায় বুলি কোৱা হয়-
উত্তৰ: কাৰ্যকৰী পৰ্যায়ক।
৯০)শিক্ষকে শিক্ষাৰ্থীসকলৰ সমস্যাসমূহ চিনাক্তকৰণ কৰিব পাৰে-
উত্তৰ: কাৰ্যকৰী পৰ্যায়ত।
৯১)শিক্ষাদান প্ৰক্ৰিয়াৰ অন্তিম স্তৰটো হ’ল-
উত্তৰ: মূল্যায়ণ বা উত্তৰ ক্ৰিয়াশীল পৰ্যায়।
৯২)শিক্ষকে লিখিত বা মৌখিক প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰে-
উত্তৰ: মূল্যায়ণ পৰ্যায়ত।
৯৩)পৰীক্ষাৰ বাবে উপযুক্ত কৌশলসমূহ নিৰ্বাচন কৰাত শিক্ষকক সহায় কৰিব পাৰে-
উত্তৰ: মূল্যায়ণ স্তৰে।
৯৪)শিক্ষাবিদ Jacksonৰ মতে শিক্ষকে শিক্ষাৰ্থীক বিভিন্ন ধৰণৰ মৌখিক উদ্দীপনা যোগাব পাৰে-
* First in Assamese First Assamese
(2) আটাইতকৈ পূৱে থকা দলং?
(3) 2022, 1 জানুৱাৰী সাপেক্ষে বিত্তমন্ত্ৰী কোন?
(4) National ষ্টক একচেঞ্জৰ কাৰ্য্যালয় কত অৱস্থিত?
(5) হিউৱেন চাং কাৰ ৰাজত্ব কালত অসমলৈ আহিছিল?
(6) পেৰুৰ ৰাজধানী কি?
(7) ভলীবলৰ প্ৰতিটো দলত কেইজন সদস্য?
অসমৰ সীমাৰ লগত কিমানটা ৰাজ্য সংলগ্ন ?
(8) পোৱা মক্কা কত অৱস্থিত ?
(9) অসমৰ ৰাজ্যৰ জাতীয় গছ কি ?
(10) কোন নদী হিমালয়ৰ পৰা অহা নাই ?
(11) অসম চিকৎসা বিদ্যালয় কত আছে ?
(12) Only Ramsar sites in assam?
(13) অসমৰ মুঠ জিলাৰ সংখ্যা ?
(14) অসমৰ সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰৰ নাম?
(15) গোল গম্বুজ কত অৱস্থিত?
(16) প্ৰথম অসমীয়া কথাছবি?
(17) যোৰহাটৰ চাহ গৱেষণা কেন্দ্ৰ কত আছে?
(18) উৎপাদনৰ কোনটো শাখাত উৎপাদিত সামগ্ৰীসমূহৰ মালিকীস্বত্ব চৰকাৰৰ হাতত থাকে?
- Get link
- X
- Other Apps


Comments
Post a Comment